অর্থ : বার্মা দেশৰ মূল অধিবাসী
উদাহরণ :
পোর্টব্লেয়াৰত অৱস্থিত বৌদ্ধ মন্দিৰে আজিও বার্মিজসকলৰ স্মৃতি সজীৱ কৰি ৰাখিছে
সমার্থক : বার্মাবাসী
অর্থ : যি লিপিত বার্মিজ ভাষা লিখা হয়
উদাহরণ :
এই বৌদ্ধ স্তুপটোৰ ওপৰত বার্মিজত কিবা লিখা আছে
সমার্থক : বার্মিজ লিপি