অর্থ : নিজক কৰা উপকাৰ মানি লোৱা লোক
উদাহরণ :
আপুনি মোক জেললৈ যোৱাৰ পৰা ৰক্ষা কৰা কাৰণে মই আপোনাৰ ওচৰত কৃতজ্ঞ
সমার্থক : কৃতজ্ঞ, কৃতজ্ঞতাবদ্ধ, কৃতার্থ, ধন্য
অর্থ : কাৰোবাৰ কৃপা বা উপকাৰেৰে সন্তুষ্ট
উদাহরণ :
আপুনি এই চাকৰিটো দি মোক কৃতার্থ কৰিলে
সমার্থক : কৃতকৃত্য, কৃতজ্ঞতাবদ্ধ, কৃতার্থ, ধন্য