পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বাধা দিয়া শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বাধা দিয়া   ক্ৰিয়া

অর্থ : কাৰোবাৰ কোনো কাম দেখি কোনো কথা কৈ বাধা দিয়া বা তেওঁৰ সৈতে কোনোধৰণৰ সোধ-পোছ কৰা

উদাহরণ : শিক্ষকে শিক্ষার্থীসকলৰ বেয়া হাতৰ আখৰ দেখি ্তেওঁলোকক বাধা দিলে

অর্থ : বাধা প্ৰদান কৰা কাৰ্য

উদাহরণ : ৰমাৰ শাহুৱেকে তাইৰ প্ৰতিটো কামতে হাক দিয়ে

সমার্থক : হকা-বধা কৰা, হাক দিয়া

অর্থ : ৰোধ কৰিবলৈ বা ৰখাবলৈ কাম কৰা

উদাহরণ : মাধৱে সকলো কামতে গোলমাল লগায়

সমার্থক : খেলিমেলি লগোৱা, গোলমাল লগোৱা, হস্তক্ষেপ কৰা, হেঙাৰ হোৱা

অর্থ : কোনো কথা বা কামত নিষেধাজ্ঞা আৰোপ কৰা

উদাহরণ : মাকে লʼৰাটোক ৰʼদত বাহিৰ ওলোৱাৰ ক্ষেত্রত বাধা দিলে

সমার্থক : নিষেধ কৰা, মানা কৰা, হাক দিয়া