অর্থ : কোনো কাম কৰাৰ সময়ত হোৱা বাধা
উদাহরণ :
এই কামটোত বিঘিনি নঘটিবৰ কাৰণে মই ভগৱানক প্রার্থন্া কৰিছো
সমার্থক : বাধা-বিঘিনি, বিঘিনি, বিঘ্ন, বিপত্তি
অর্থ : বাধাপ্রাপ্ত হোৱা অৱস্থা, ভাব বা ক্রিয়া
উদাহরণ :
পানীৰ নলীত বাধা পৰা কাৰণে পানী কম কমকৈ ওলাইছে
সমার্থক : অন্তৰায়, প্রতিবন্ধ, প্রতিবন্ধক
অর্থ : কোনো কাম, পথ, বিকাশ আদিৰ সন্মুখত উপস্থিত হৈ অসুবিধাৰ সৃষ্টি হোৱা অৱস্থা
উদাহরণ :
মোহনে মোৰ সকলো কামতে বাধা জন্মায়
সমার্থক : অন্তৰায়, অসুবিধা, অৱৰোধ, আলৈ-আহুকাল, আহুকাল, জেঙা, নিষেধ, প্রতিবন্ধ, প্রতিবন্ধক, প্রতিবন্ধকতা, বাধা-নিষেধ, বাধা-বিঘিনি, বাধাদান, বিঘিনি, ব্যাঘাত, লেঠা, হকা-বধা, হেঙা-পুঙা, হেঙাৰ
অর্থ : বাধা দিয়া বা ৰখোৱা কার্য
উদাহরণ :
সীমাৰ ভিতৰত শত্রুৰ প্রবেশ বন্ধ কৰাত সৈনিক সফল হৈছে
সমার্থক : বন্ধ কৰা-