অর্থ : খেল-ধেমালি আদিৰে বিভিন্ন ধৰণৰ কচৰৎ কৰা, ৰচীত খোজ কাঢ়ি দেখুৱাই মানুহক আমোদ দিয়া লোক
উদাহরণ :
আজি আমি বাজীকৰৰ খেল চাবলৈ যাম
অর্থ : সাপ পোহা আৰু নচুৱা ব্যক্তি
উদাহরণ :
বাজীকৰে বীণা বজাই সাপ নচুৱাই আছে
সমার্থক : সাপ নচুৱাওঁ্তা