অর্থ : দূৰ বা আঁতৰি থকা
উদাহরণ :
মই বেয়া সংগৰ পৰা বাচি থাকোঁ
অর্থ : দুখ, বিপত্তি আদিত নপৰা বা ইয়াৰ পৰা ৰক্ষিত বা দূৰ হৈ থকা
উদাহরণ :
ৰোহিত কেঞ্চাৰ ৰোগত মৃত্যুপ্রায় হৈ বাচি আছে
সমার্থক : বাচা, ৰক্ষা পোৱা