সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ফল, বীজ আদিৰ আৱৰণ
উদাহরণ : গাইজনীয়ে কলৰ বাকলি ছোবাই আছে
সমার্থক : ছাল, ত্বক, বল্কল, বাকল
অর্থ : কোনো বস্তু আদিৰ পৰা এৰুৱাই দিয়া ছাল বিশেষ
উদাহরণ : তেওঁ ্গাইজনীক লাওৰ বাকলি খুৱাই আছে
অর্থ : উদ্ভিদৰ গা-গছ, ডাল আদিৰ ওপৰৰ আৱৰণ
উদাহরণ : কোনো কোনো গছৰ ছাল ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়
সমার্থক : গছৰ ছাল, গছৰ বাকলি, ছাল, নিকৰ, বল্ক, বল্কল, বৃক্ষত্বক
ইনস্টল