অর্থ : বহুত কথা কʼব পৰাজন
উদাহরণ :
প্রভুৰ কৃপাত বোবা লোকো কথকী হʼব পাৰে
সমার্থক : অতিভাষী, কথকী, কথামাত্রসাৰ, চেলেপু, বহুবল্কী, বাকসর্বস্ব, বৰকথকী, বৰকথীয়া, মুখসর্বস্ব
অর্থ : কথা-বতৰা পতাত চতুৰ
উদাহরণ :
বাকপটু ৰমেশে নিজৰ কথাৰে সকলোকে প্রভাৱিত কৰিলে