অর্থ : মজিয়া, মাটি বা খাট আদিত পিঠি লগাই গোটেই শৰীৰটো ভেজা দি জিৰণি লোৱা
উদাহরণ :
ভাগৰুৱা পথিকজনে জিৰাবলৈ গছৰ তলত কাতি হʼল
সমার্থক : কাতি হোৱা
অর্থ : অলপ আঁউজি বা আহল বহলকৈ বহা
উদাহরণ :
তেওঁ ্বজাৰৰ পৰা আহি আৰামী চকীত বহি পৰিল
সমার্থক : হেলান দিয়া