সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ফল, বীজ আদিৰ আৱৰণ
উদাহরণ : গাইজনীয়ে কলৰ বাকলি ছোবাই আছে
সমার্থক : ছাল, ত্বক, বাকল, বাকলি
অর্থ : উদ্ভিদৰ গা-গছ, ডাল আদিৰ ওপৰৰ আৱৰণ
উদাহরণ : কোনো কোনো গছৰ ছাল ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়
সমার্থক : গছৰ ছাল, গছৰ বাকলি, ছাল, নিকৰ, বল্ক, বাকলি, বৃক্ষত্বক
ইনস্টল