সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো অভিযোগ বা অপৰাধত আৰোপিত কোনো ব্যক্তিৰ বিষয়ে অন্তিম সিদ্ধান্ত নিদিয়া পর্যন্ত তেওঁৰ ্কামৰ পৰা আঁত্্ৰাই ৰখা কার্য
উদাহরণ : ঘোচখোৰ হাবিলদাৰক বর্খাস্তৰ আদেশ দিয়া হৈছে
সমার্থক : পদচ্যুতি, ্বর্খাস্তকৰণ
অর্থ : যাক চাকৰিৰ পৰা বা নিজৰ পদৰ পৰা আঁতৰোৱা হৈছে
উদাহরণ : নিলম্বিত ্ কর্মচাৰীসকলে পুনৰ সংস্থাপনৰ কাৰণে উচ্চ ন্যায়লয়ত আবেদন কৰিছে
সমার্থক : অপসাৰিত, খেদা-খোৱা, নিলম্বিত, পদচ্যুত, বৰখাস্ত
ইনস্টল