পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বর্খাস্ত শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বর্খাস্ত   বিশেষ্য

অর্থ : কোনো অভিযোগ বা অপৰাধত আৰোপিত কোনো ব্যক্তিৰ বিষয়ে অন্তিম সিদ্ধান্ত নিদিয়া পর্যন্ত তেওঁৰ ্কামৰ পৰা আঁত্্ৰাই ৰখা কার্য

উদাহরণ : ঘোচখোৰ হাবিলদাৰক বর্খাস্তৰ আদেশ দিয়া হৈছে

সমার্থক : পদচ্যুতি, ্বর্খাস্তকৰণ

বর্খাস্ত   বিশেষণ

অর্থ : যাক চাকৰিৰ পৰা বা নিজৰ পদৰ পৰা আঁতৰোৱা হৈছে

উদাহরণ : নিলম্বিত ্ কর্মচাৰীসকলে পুনৰ সংস্থাপনৰ কাৰণে উচ্চ ন্যায়লয়ত আবেদন কৰিছে

সমার্থক : অপসাৰিত, খেদা-খোৱা, নিলম্বিত, পদচ্যুত, বৰখাস্ত