অর্থ : বান্ধোন দৃঢ় বা টান কৰিবৰ কাৰণে ৰছি আদি টনা:ৰবিয়ে ধানৰ বোজাটো আটি বান্ধিলে
উদাহরণ :
সমার্থক : টান কৰা
অর্থ : যিকোনো বস্তুক একগোট কৰি বন্ধা
উদাহরণ :
বিদেশ যাবৰ কাৰণে ৰামে নিজৰ সামগ্রী বান্ধিলে
সমার্থক : পেক কৰা
অর্থ : ৰচী, কাপোৰ আদিৰে মেৰিয়াই গাঁঠি দিয়া
উদাহরণ :
তেওঁ খৰিবোৰ বান্ধি আছে
সমার্থক : গ্রন্থন কৰা, জৰী পকা
অর্থ : যাক নিজৰ ইচ্ছানুসৰি বলপূর্বক্্ভাৱে কাম কৰোৱা হয়
উদাহরণ :
ঠিকাদাৰে বন্ধা শ্রমিকসকলক বৰ কষ্ট দিয়ে