পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বন্ধ কৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বন্ধ কৰা   ক্ৰিয়া

অর্থ : প্রথা বন্ধ কৰা কার্য

উদাহরণ : আমি সমাজৰ পৰা যৌতুক প্রথা উঠাই দিব লাগে

সমার্থক : উঠাই দিয়া, নিষিদ্ধ কৰা

অর্থ : দুৱাৰ, মুখ আদিত কিবা ৰাখি তাৰ বন্ধ কৰা

উদাহরণ : তেওঁ নিগনিৰ ্গাঁত বন্ধ কৰিছে

অর্থ : কোনো বস্তু ভিতৰৰ পৰা বাহিৰলৈ বা বাহিৰৰ পৰা ভিতৰলৈ যাব নোৱাৰাকৈ কৰা এক অৱস্থা বা স্থিতি

উদাহরণ : ছাত্রাবাসৰ প্রধান দুৱাৰ আঠ বজাত বন্ধ কৰা হয়

সমার্থক : জপোৱা

অর্থ : দুৱাৰ আদি বন্ধ কৰা কার্য

উদাহরণ : তেওঁ ভিতৰলৈ গৈ দুৱাৰখন জপাই দিলে

সমার্থক : জপাই দিয়া

অর্থ : বাধা প্রদান কৰা

উদাহরণ : ডকাইতবোৰে পথ অৱৰোধ কৰিলে

সমার্থক : অৱৰোধ কৰা

অর্থ : চলি আহি থকা কথা বা পৰম্পৰা আদি বন্ধ কৰা

উদাহরণ : ৰাজা ৰামমোহন ৰায়ে সতীদাহ প্রথা বন্ধ কৰিছিল

সমার্থক : ৰুধা

অর্থ : ভাট্টা আদি নিদিয়া

উদাহরণ : চৰকাৰে ভ্রমণ ভাট্টা বন্ধ কৰিলে