অর্থ : প্রথা বন্ধ কৰা কার্য
উদাহরণ :
আমি সমাজৰ পৰা যৌতুক প্রথা উঠাই দিব লাগে
সমার্থক : উঠাই দিয়া, নিষিদ্ধ কৰা
অর্থ : দুৱাৰ, মুখ আদিত কিবা ৰাখি তাৰ বন্ধ কৰা
উদাহরণ :
তেওঁ নিগনিৰ ্গাঁত বন্ধ কৰিছে
অর্থ : কোনো বস্তু ভিতৰৰ পৰা বাহিৰলৈ বা বাহিৰৰ পৰা ভিতৰলৈ যাব নোৱাৰাকৈ কৰা এক অৱস্থা বা স্থিতি
উদাহরণ :
ছাত্রাবাসৰ প্রধান দুৱাৰ আঠ বজাত বন্ধ কৰা হয়
সমার্থক : জপোৱা
অর্থ : চলি আহি থকা কথা বা পৰম্পৰা আদি বন্ধ কৰা
উদাহরণ :
ৰাজা ৰামমোহন ৰায়ে সতীদাহ প্রথা বন্ধ কৰিছিল
সমার্থক : ৰুধা
অর্থ : ভাট্টা আদি নিদিয়া
উদাহরণ :
চৰকাৰে ভ্রমণ ভাট্টা বন্ধ কৰিলে