পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বনোৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বনোৱা   বিশেষ্য

অর্থ : বনোৱাৰ কাম

উদাহরণ : চাইকেলখন বনোৱাত এঘণ্টা সময় লʼলে

বনোৱা   ক্ৰিয়া

অর্থ : খেল আদিত কোনো পইণ্ট বা লক্ষ্য প্রাপ্ত কৰা

উদাহরণ : আমি দুগোল দিলোঁ

সমার্থক : কৰা, দিয়া

অর্থ : কোনো পদ, মর্যাদা বা বিষয়ৰ বিষয়া হোৱা

উদাহরণ : বিধায়কসকলে যোগীদেৱক ছত্তীশগড়ৰ প্রথম মুখ্যমন্ত্রী নিযুক্ত কৰিলে

সমার্থক : নিযুক্ত কৰা

অর্থ : কোঠা বা বেৰ আদি তৈয়াৰ কৰা কার্য

উদাহরণ : এতিয়া মিস্ত্রী আৰু শ্রমিকে দেৱাল সাজি আছে

সমার্থক : উঠোৱা, গঁথ্া, সজা, সাজি থকা

অর্থ : কোনো বস্তুৰ অস্তিত্ব বা অৱয়ব প্রদান কৰা

উদাহরণ : কুমাৰে কলহ নি্র্মাণ কৰে

সমার্থক : তৈয়াৰ কৰা, নি্র্মাণ কৰা, সজা

অর্থ : ঘৰ বা দেৱাল আদি বনোৱা

উদাহরণ : ৰায়পুৰত আমাৰ দুমহলীয়া ঘৰ উঠাই আছে

সমার্থক : উঠোৱা, সজা

অর্থ : কোনো ৰূপলৈ অনা

উদাহরণ : তেওঁ এই মহলটোক নিজৰ বাসস্থান বনালে

অর্থ : * গুণ বা লক্ষণেৰে যুক্ত কৰা অথবা কাৰোবাক নিশ্চিত গুণ দিয়া

উদাহরণ : মোক মূর্খ ্ সজাব নালাগে এই কথাটোকে ডাঙৰ কৰিব নালাগে

সমার্থক : কৰা, সজোৱা