অর্থ : সেই দ্বিপদী বিকশিত ্পশুবর্গ ্যʼৰ পৰা আধুনিক মানুহৰ জন্ম হৈছে
উদাহরণ :
নৃতত্ত্ববিদে বনমানুহৰ বিষয়ে গৱেষণা চলাই আছে নৃতত্ত্ববিদে অসমৰ শদিয়াত বনমানুহৰ অনুসন্ধান চলাই আছে
অর্থ : মানুহৰ আকাৰৰ সৈতে মিল থকা নেজহীন এক প্রকাৰ ডাঙৰ বান্দৰ
উদাহরণ :
লʼৰা-ছোৱালীবোৰে চিৰিয়াখানাত বনমানুহক বাদাম খুৱাই আছে
সমার্থক : বন-মানুহ