অর্থ : আদালতত কোনো গোচৰ উপস্থাপন কৰা ব্যক্তি
উদাহরণ :
ফৰিয়াদীয়ে নিজৰ পক্ষক সবল কৰিবলৈ ভালেমান প্রমাণ গোটাইছে
সমার্থক : অভিযোগকাৰী, গুচৰীয়া
অর্থ : অভিযোগ লগোৱা কার্য
উদাহরণ :
তেওঁ বহুত ্ ভাবি-চিন্তি গুচৰীয়াৰ আঁচনি প্রস্তুত কৰিছে
সমার্থক : গুচৰীয়া
অর্থ : যি গোচৰ দিয়ে বা ফৰিয়াদ কৰে
উদাহরণ :
দ্বাৰপালে ফৰিয়াদী ব্যক্তিজনক ৰজাৰ ওচৰলৈ যাবলৈ নিদিলে
সমার্থক : গুচৰীয়া
অর্থ : প্রার্থ্্না বা আবেদন কৰোঁতা
উদাহরণ :
আজি প্রার্থী ্কর্ম্্চাৰীসকলৰ আবেদন-পত্রৰ বিচাৰ কৰা হʼব
সমার্থক : নিবেদক, প্রার্থী, প্রার্থ্্না কর্তা