অর্থ : কাৰোবাৰ পৰা কোনো বস্তু আনিবলৈ, বনাবলৈ বা কোনো কাম কৰিবৰ কাৰণে কোৱা বা অনুৰোধ কৰা কার্য
উদাহরণ :
তেওঁ নৃত্যপটীয়সী গৰাকীক নিজৰ মনপচন্দৰ গানৰ ফৰমাইচ কৰিলে
সমার্থক : ফৰমাইচি
অর্থ : কাৰোবাৰ হকে কোনোৱে কৰা অনুকূল অনুৰোধ
উদাহরণ :
দলপতি মহোদয়ে চাকৰিৰ কাৰণে উপায়ুক্তক অনুৰোধ কৰিলে
সমার্থক : অনুৰোধ