অর্থ : কোনো ওজনৰ বস্তু এনেদৰে ফাট মেলা যে ভিতৰৰ বস্তু বাহিৰত ওলাই পৰে বা দেখা যায়
উদাহরণ :
তেওঁৰ ্ জোলোঙা ফাটিল আৰু সকলো বস্তু বাটত চিটিকি পৰিল
সমার্থক : ফটা
অর্থ : কোনো বস্তুৰ পৰা কোনো অংশ আঁতৰ হৈ পৰা
উদাহরণ :
শিমলু গছৰ ফল শুকাই যোৱাৰ লগে লগে ফাটি যায়
সমার্থক : আঁতৰি যোৱা, আঁ্তৰা, ফটা
অর্থ : গাখীৰৰ সাৰ আৰু পানী অংশ পৃথক হৈ পৰা এক প্রাকৃতিক প্রক্রিয়াৰ কার্য
উদাহরণ :
গৰমৰ দিনত সাধাৰণতেই গাখীৰ ফাটে
সমার্থক : ফটা
অর্থ : শুকাই যোৱা বা কোঁচখাই যোৱাৰ কাৰণে ফটা এক অৱস্থা
উদাহরণ :
জাৰকালি শৰীৰত তেল নলগালে ছাল ফাটি যায়
সমার্থক : চিৰাচিৰ হোৱা
অর্থ : শুকাই যোৱাৰ কাৰণে ফাটি যোৱা এক অৱস্থা
উদাহরণ :
খৰাং বতৰৰ কাৰণে মাটি ফাটি গʼল
সমার্থক : চিৰাল ফটা দিয়া