পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ফাটি যোৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ফাটি যোৱা   ক্ৰিয়া

অর্থ : কোনো ওজনৰ বস্তু এনেদৰে ফাট মেলা যে ভিতৰৰ বস্তু বাহিৰত ওলাই পৰে বা দেখা যায়

উদাহরণ : তেওঁৰ ্ জোলোঙা ফাটিল আৰু সকলো বস্তু বাটত চিটিকি পৰিল

সমার্থক : ফটা

অর্থ : কোনো বস্তুৰ পৰা কোনো অংশ আঁতৰ হৈ পৰা

উদাহরণ : শিমলু গছৰ ফল শুকাই যোৱাৰ লগে লগে ফাটি যায়

সমার্থক : আঁতৰি যোৱা, আঁ্তৰা, ফটা

অর্থ : গাখীৰৰ সাৰ আৰু পানী অংশ পৃথক হৈ পৰা এক প্রাকৃতিক প্রক্রিয়াৰ কার্য

উদাহরণ : গৰমৰ দিনত সাধাৰণতেই গাখীৰ ফাটে

সমার্থক : ফটা

অর্থ : শুকাই যোৱা বা কোঁচখাই যোৱাৰ কাৰণে ফটা এক অৱস্থা

উদাহরণ : জাৰকালি শৰীৰত তেল নলগালে ছাল ফাটি যায়

সমার্থক : চিৰাচিৰ হোৱা

অর্থ : শুকাই যোৱাৰ কাৰণে ফাটি যোৱা এক অৱস্থা

উদাহরণ : খৰাং বতৰৰ কাৰণে মাটি ফাটি গʼল

সমার্থক : চিৰাল ফটা দিয়া