অর্থ : ছপা কৰা যি কাগজত কিবা লিখাৰ বাবে কিছু অংশ খালি হৈ থাকে
উদাহরণ :
মই নাম ভর্তিৰ প্রপত্র ভর্তি কৰি আছো
সমার্থক : প্রপত্র
অর্থ : ভাল কৰিব পৰা যোগ্যতা
উদাহরণ :
বর্ত্্মান ভাৰতৰ কোনো খেলুৱৈ ফর্মত ্নাই
অর্থ : (জীৱবিজ্ঞান) কোনো জাতিত জীৱবোৰৰ এক বর্গ যি সমান বর্গবোৰৰ পৰা সাধাৰণ ৰূপত অলপ বেলেগ হয়
উদাহরণ :
সূক্ষ্মজীৱবোৰৰ এটা নতুন প্রকাৰৰ খবৰ পোৱা গৈছে
সমার্থক : প্রকাৰ