পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পৰীক্ষা কৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পৰীক্ষা কৰা   ক্ৰিয়া

অর্থ : যোগ্যতা, বিশেষত্ব, সামর্থ্য, গুণ আদি জানিবৰ কাৰণে পৰিশোধন সম্বন্ধীয় কাম কৰা বা কোনো বিশেষ কাম কৰা

উদাহরণ : সোণাৰীজনে সোণৰ শুদ্ধতা পৰীক্ষা কৰি আছে

সমার্থক : প্রমাণ কৰা, পৰীক্ষণ কৰা

অর্থ : শৰীৰত কোনো ৰোগ আছে নে নাই অথবা যদি আছে তাৰ কাৰণ জানিবৰ কাৰণে চিকিৎসকে চোৱা কার্য

উদাহরণ : চিকিৎসকে শুই থকা ৰোগীজনক পৰীক্ষা কৰিছে

অর্থ : পৰীক্ষণৰ কাম কৰা কার্য

উদাহরণ : পোন্ধৰখন বহীৰ পৰীক্ষা কৰা হʼল

সমার্থক : নিৰীক্ষণ কৰা

অর্থ : বিশেষভাৱে কোনো ৰোগ আদিৰ কাৰণ জানিবৰ কাৰণে কোনো শাৰীৰিক পদার্থক কোনো যন্ত্র, ৰাসায়নিক প্রক্রিয়া আদিৰ সহায়ত চোৱা-চিতা কৰা কার্য

উদাহরণ : চিকিৎসকে গৱেষণাগাৰত তেজৰ পৰীক্ষা কৰিছে

অর্থ : কোনো কামৰ বাবে ব্যক্তি বা বস্তু আদি যোগ্য হয় নে নহয় বিচাৰ কৰি চোৱা:তেওঁ ্ মোৰ কামৰ বাবে উপযুক্ত হয় নে নহয় এই সৰু কামটোৰ দ্বাৰা মই পৰীক্ষা কৰিছো

উদাহরণ :

সমার্থক : পৰখ কৰা