সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কাম কৰোতে কৰোতে দেহ-মনলৈ শিথিলতা অহা অৱস্থা
উদাহরণ : পৰিশ্রমৰ ফল মিঠা
সমার্থক : আয়াস, খাটনি, মেহনত, শ্রম
অর্থ : দৃঢ়তাৰে নিৰন্তৰ কোনো কামত লাগি থকা কার্য
উদাহরণ : অধ্যৱসায়ৰ বলত একলব্য ধনুর্বিদ্যাত নিপুণ হৈ পৰিছিল
সমার্থক : অধ্যৱসায়
ইনস্টল