অর্থ : নিয়মিত বা প্রায় গোলাকাৰ এক ধৰণৰ পথ যʼত কোনো বস্তু চলাচল কৰে
উদাহরণ :
পৃথিৱীয়ে নিজৰ পৰিধিত ঘূৰে
সমার্থক : কক্ষ
অর্থ : ঘেৰি থকা কোনো ক্ষেত্র বা গোলাকাৰ বিস্তাৰ
উদাহরণ :
তুমি এই পৰিধিৰ পৰা বাহিৰলৈ নাহিবা
সমার্থক : মণ্ডল
অর্থ : বৃত্তক ঘেৰি ৰখা গোলাকাৰ ৰেখা বা তাৰ দৈর্ঘ্যৰ জোখ
উদাহরণ :
এই বৃত্তটোৰ পৰিধি হিচাপ কৰা
সমার্থক : পৰিমণ্ডল, বৃত্ত পৰিধি, বৃত্ত সীমা