সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কি হʼব লাগে বা কি হোৱা উচিত সেইয়া নিজৰ মাজতে লগহৈ জনা কার্য
উদাহরণ : প্রধানমন্ত্রীয়ে এই সমস্যাটো সমাধান কৰিবৰ কাৰণে সকলো মন্ত্রীৰ পৰা পৰামর্শ বিচাৰিলে
সমার্থক : দিহা-পৰামর্শ
অর্থ : যি কথাৰ প্রতি কাৰোবাৰ মন আকর্ষিত হোৱা নাই সেই ফালে তেওঁৰ মনোযোগ অনাৰ কাৰণে কোৱা কোনো কথা
উদাহরণ : এই বিষয়ে আপুনিও নিজৰ পৰামর্শ দিব পাৰে
সমার্থক : মতামত, মন্তব্য, ্ৰায়
ইনস্টল