অর্থ : পৰম্পৰাবাদক মানি চলা ব্যক্তি
উদাহরণ :
পৰম্পৰাবাদীসকলৰ সৈতে মোৰ কোনো মতবিৰোধ নাই
অর্থ : পুৰণি ধ্যান-ধাৰণা মানি চলা ব্যক্তি
উদাহরণ :
চহৰৰ তুলনাত গাঁৱত পৰম্পৰাবাদীৰ সংখ্যা অধিক
সমার্থক : ৰুঢ়ীবাদী