পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পৰমার্থ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পৰমার্থ   বিশেষ্য

অর্থ : আত্মীয়স্বজনৰ বাহিৰে আনৰ কাৰণে কৰা ভাল কাম বা আনক কৰা উপকাৰ

উদাহরণ : পৰোপকাৰৰ সমান কোনো ধর্ম ্নাই

সমার্থক : পৰহিত, পৰোপকাৰ

অর্থ : জীৱৰ জন্ম আৰু মৃত্যুৰ বন্ধনৰ পৰা মুক্ত হোৱা অৱস্থা

উদাহরণ : সৎ লোকৰ মোক্ষ প্রাপ্তি হয়

সমার্থক : কৈৱল্য, চিৰনিবৃত্তি, নি্র্বাণ, পৰমগতি, পৰমপদ, পৰিনি্র্বাণ, মহানি্র্বাণ, মুক্তি, মোক্ষ, মোক্ষপদ