সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : আত্মীয়স্বজনৰ বাহিৰে আনৰ কাৰণে কৰা ভাল কাম বা আনক কৰা উপকাৰ
উদাহরণ : পৰোপকাৰৰ সমান কোনো ধর্ম ্নাই
সমার্থক : পৰহিত, পৰোপকাৰ
অর্থ : জীৱৰ জন্ম আৰু মৃত্যুৰ বন্ধনৰ পৰা মুক্ত হোৱা অৱস্থা
উদাহরণ : সৎ লোকৰ মোক্ষ প্রাপ্তি হয়
সমার্থক : কৈৱল্য, চিৰনিবৃত্তি, নি্র্বাণ, পৰমগতি, পৰমপদ, পৰিনি্র্বাণ, মহানি্র্বাণ, মুক্তি, মোক্ষ, মোক্ষপদ
ইনস্টল