পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পৰ   বিশেষ্য

অর্থ : যাক আমি আপোন বুলি ভাবিব নোৱাৰোঁ

উদাহরণ : নিস্বার্থ সেৱকে আপোন আৰু পৰৰ মাজত ভেদ সৃষ্টি নকৰে

সমার্থক : অনাত্মীয়

অর্থ : যি আপোন নহয়

উদাহরণ : পৰক আপোন বুলি ভবাৰ বাবেই আমি মায়াৰ পাশত আৱদ্ধ হওঁ হিন্দু দর্শনে জগতখনক পৰ বুলি কৈছে

সমার্থক : আনাত্মীয়

অর্থ : নিজৰ আত্মীয় বা সমাজৰ বাহিৰৰ ব্যক্তি

উদাহরণ : পৰ লোককো আদৰ কৰা উচিত

সমার্থক : অনাত্মীয়

পৰ   বিশেষণ

অর্থ : এটাক এৰি দি কোনোবা এটা

উদাহরণ : বর্ধিত জনসংখ্যাৰ সমস্যাৰ সৈতে আন সমস্যাও থিয় হৈ দেখা দিছে

সমার্থক : অইন, অন্য, অন্যান্য, আন, বেলেগ

অর্থ : অন্যৰ সৈতে সম্পর্কিত

উদাহরণ : পৰৰ কোনো বিষয়তে গুৰুত্ব দিয়া উচিত নহয় এইয়া লোকৰ সম্পত্তি

সমার্থক : আনৰ, লোকৰ

অর্থ : নিজৰ আত্মীয়-কুটুম্ব বা সমাজৰ বাহিৰৰ

উদাহরণ : তেওঁ পৰৰ ্সহায়তা কৰি ভাল পায়

সমার্থক : অন্য, অন্যৰ, আন, আনৰ, পৰৰ, লোকৰ