অর্থ : নম্রতা সহকাৰে কাৰোবাক কোনো কথা কোৱা কার্য
উদাহরণ :
মোৰ আবেদনৰ বিষয়ত ধ্যান দিয়া হওক
সমার্থক : আবেদন, আৱেদন, নিবেদন, নিৱেদন, বিনীত অনুৰোধ
অর্থ : কিবা পাবৰ কাৰণে প্রার্থ্্না কৰা কার্য ্বা ভাব
উদাহরণ :
ৰামৰ মালিকৰ পৰা টকাৰ কাৰণে কৰা প্রার্থ্্না অথলে গʼল