পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে প্রমাণ কৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

প্রমাণ কৰা   বিশেষ্য

অর্থ : নিজৰ মত প্রতিপাদন কৰিবৰ কাৰণে প্রমাণ সহকাৰে কোৱা কোনো কার্য

উদাহরণ : বৈজ্ঞানিকে নিজৰ নতুন মতৰ প্রতিপাদন কৰিলে

সমার্থক : উপস্থাপন, নিৰূপণ, প্রতিপাদন

প্রমাণ কৰা   ক্ৰিয়া

অর্থ : যোগ্যতা, বিশেষত্ব, সামর্থ্য, গুণ আদি জানিবৰ কাৰণে পৰিশোধন সম্বন্ধীয় কাম কৰা বা কোনো বিশেষ কাম কৰা

উদাহরণ : সোণাৰীজনে সোণৰ শুদ্ধতা পৰীক্ষা কৰি আছে

সমার্থক : পৰীক্ষণ কৰা, পৰীক্ষা কৰা