অর্থ : যʼত প্রভাৱ থাকে
উদাহরণ :
তেওঁ ্প্রভাৱশালী কন্ঠেৰে এই কামটো আজিয়েই হʼব লাগিব বুলি কʼলে
সমার্থক : শক্তিশালী
অর্থ : নিজৰ কাম বা প্রভাৱ দেখুৱাওতা
উদাহরণ :
এইটো চর্দি-কাহৰ প্রভাৱকাৰী ঔষধ
সমার্থক : প্রভাৱকাৰী, প্রমাণী
অর্থ : কিহবাৰ ওপৰত যি প্রভাৱ বিস্তাৰ কৰে
উদাহরণ :
চহৰ আৰু গাঁৱত প্রৱল ৰাজনীতিয়ে হিংসাক প্রৰোচিত কৰিছে
সমার্থক : প্রৱল
অর্থ : প্রভাৱ বা প্রতিক্রিয়া দিওঁতা
উদাহরণ :
এই ঔষধ বৰ প্রভাৱশালী এই দৰব বৰ প্রতিক্রিয়াশীল
সমার্থক : প্রতিক্রিয়াশীল