অর্থ : যেনেকৈ আশা বা প্রত্যাশা কৰা হৈছে
উদাহরণ :
পৰীক্ষাত মই প্রত্যাশিত ফলাফল লাভ কৰিছোঁ
সমার্থক : আশানুকূল, আশানুৰূপ, আশান্বিত, প্রত্যাশিত, মনে ভবা
অর্থ : যেতিয়া কোনো বস্তু, কথা আদিৰ প্রতীক্ষা কৰা হয়
উদাহরণ :
প্রতীক্ষিত ব্যক্তি এতিয়ালৈকে নাহিল
সমার্থক : অপেক্ষিত