অর্থ : যিজনে কাৰোবাৰ প্রতীক্ষা কৰে
উদাহরণ :
প্রতীক্ষক সকলে দুঘণ্টা ধৰি নেতাজীৰ অপেক্ষা কৰিলে
সমার্থক : অপেক্ষক
অর্থ : প্রতীক্ষা কৰোতা
উদাহরণ :
প্রতীক্ষাৰত ব্যক্তিজনে এঘণ্টা আপোনাৰ প্রতীক্ষা কৰি গুচি গʼল
সমার্থক : অপেক্ষাৰত, প্রতীক্ষাৰত