সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : লেখা আদিৰ আক্ষৰিক স্বৰূপ
উদাহরণ : পৰীক্ষা প্রমাণ পত্রৰ আৰু এখন প্রতিলিপিৰ কাৰণে বিদ্যালয়ত আবেদন পত্র দিয়া হৈছে
সমার্থক : অনুলিপি, কপি, নকল, প্রতিলেখ
অর্থ : লিখা বা ছপা কৰা কোনো কাগজ বা কিতাপ আদিৰ হুবহু ৰূপত ছপা কৰিব পৰা যন্ত্র বিশেষ
উদাহরণ : মই এই প্রমাণ পত্রখন জেৰক্স কৰিব লাগে
সমার্থক : জেৰক্স, জেৰক্স-কপি
ইনস্টল