অর্থ : যাক দেখি কোনো্বর্গ, ্জাতি আদিৰ অন্যান্যৰ স্বৰূপ, বৰণ-স্বভাৱ, আচাৰ-ব্যৱহাৰ আদিৰ অনুমান বা কল্পনা কৰিব পৰা যায়
উদাহরণ :
সাপ সৰীসৃপৰ প্রতিনিধি
অর্থ : কাৰোবাৰ ফালৰ পৰা কোনো কাম কৰিবৰ কাৰণে নিযুক্ত ব্যক্তি
উদাহরণ :
এই সন্মিলনত অধিকাংশ সংস্থাৰ প্রতিনিধিয়ে অংশগ্রহণ কৰিছে