অর্থ : ধ্বনিৰ কোনো বস্তুৰ লগত খুন্দা খাই ঘূৰি অহা কার্য
উদাহরণ :
দিল্লীৰ কমল মন্দিৰত শ্্ব্দ প্রতিধ্বনিত হয়
অর্থ : শ্্ব্দই আঘাত পাই ঘূৰি আহি কৰা শ্্ব্দ
উদাহরণ :
দেশৰ সীমান্তত কেতিয়াবা কেতিয়াবা গুলী প্রতিধ্বনিত হয়
সমার্থক : অনুৰণিত হোৱা