সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ঠগ-প্রৱঞ্চনা কৰোঁতা
উদাহরণ : মোহন এজন প্রৱঞ্চক লোক , তেওঁৰ ্ পৰা সাৱধানে থাকিবা
সমার্থক : কু-চক্রী, কূটিল, চক্রী, চতুৰ, ছলাহী, তঞ্চকী, দুৰাশয়, ধূর্ত্ত, প্রৱঞ্চক, বঞ্চক, ভণ্ড, শলাল
অর্থ : ঠগিবৰ বাবে কোনো প্রকাৰৰ মিছা অভিসন্ধি কৰা
উদাহরণ : ঠগ ব্যক্তি সকলৰ পৰা সদায় সতর্ক হৈ থাকিব লাগে
সমার্থক : ঠগ, ধূর্ত, প্রৱঞ্চক, ্ছলনাকাৰী
ইনস্টল