অর্থ : অত্যধিক হোৱাৰ ভাব বা অৱস্থা
উদাহরণ :
শৰীৰত ্শর্ক্্ৰাৰ প্রচুৰতাৰ কাৰণে মধুমেহ হয়
সমার্থক : অতিশয়তা, অত্যধিকতা, প্রাচুর্য্য, বিপুলতা
অর্থ : অধিক হোৱা অৱস্থা বা ভাব
উদাহরণ :
ধনৰ প্রচুৰতাই তেওঁক ্অহংকাৰী কৰি তুলিছে
সমার্থক : অধিকতা, আধিক্য, প্রাচুর্য, ্প্রাচুর্য্য