সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিজনে কাৰোবাৰ পালন কৰে
উদাহরণ : নন্দ আৰু যশোদা কৃষ্ণৰ পালক আছিল
সমার্থক : পালক, পালনকর্তা
অর্থ : যিজনে অন্ন দিয়ে
উদাহরণ : ঈশ্বৰ সকলোৰে অন্নদাতা
সমার্থক : অন্ন-দাতা, অন্নদাতা
অর্থ : পালন-পোষণ কৰোতাজন
উদাহরণ : পালনকর্তা ঈশ্বৰে সকলো জীৱৰে ভোজনৰ ব্যৱস্থা কৰি থৈছে
ইনস্টল