অর্থ : প্রবাহক হেলনীয়াৰ ফালে লৈ যোৱা
উদাহরণ :
বান্ধৰ পানী নলাত পেলোৱা হয়
অর্থ : জোৰেৰে কোনো বস্তু আঁতৰোৱা বা দূৰলৈ পঠিওৱা
উদাহরণ :
ডাষ্টবিনত জাবৰ পেলোৱা হয়
সমার্থক : দলিওৱা, দলিয়া, নিক্ষেপ কৰা
অর্থ : কোনো অন্যৰ দ্বাৰা পেলা
উদাহরণ :
সম্পত্তি পাবৰ বাবে দুষ্ট পুতেকে নিজৰ দেউতাকক ছাদৰ পৰা পেলোৱালে
অর্থ : অসাৱধানতা বা ভুলবশতঃ কোনো বস্তু কʼৰবাত এৰা বা পেলাই দিয়া
উদাহরণ :
কʼব নোৱাৰো ৰমেশে কʼতনো চাৰিশ টকা পেলাই দিলে
সমার্থক : পেলাই দিয়া