অর্থ : শুক্লপক্ষৰ শেষৰ দিনটো যিদিনা জোনটো সকলো কলাৰে যুক্ত হৈ সম্পূর্ণৰূপে প্রতিভাত হয়
উদাহরণ :
পূর্ণিমাৰ জোন দেখিবলৈ ধুনীয়া
সমার্থক : পূর্ণচন্দ্র, পূর্ণম্াসী, পূর্ণেন্দু
অর্থ : অলপমানো আসোঁৱাহ নথকা জোনৰ পূর্ণ ৰূপ
উদাহরণ :
জোনাক ৰাতি পানীত পৰা পূর্ণিমাৰ প্রতিচ্ছবি দেখিবলৈ বৰ মোহনীয়া হয়
সমার্থক : পুর্ণেন্দু, পূর্ণ চন্দ্র, ৰাকেশ