অর্থ : দিন আৰম্ভ হোৱাৰ সময়ছোৱা:ৰাতিপুৱাই খেতিয়কসকল পথাৰলৈ ওলাল
উদাহরণ :
সমার্থক : অৰুণোদয়, ঊষা, ঊষাকাল, ঊষালগ্ন, দোকমোকালি, পুৱাবেলা, পূর্বাহ্ন, প্রত্যুষ, প্রভাত, প্রভাত বেলা, প্রাতঃ, প্রাতঃকাল, প্রাহ্ন, পৰভাত, ফজিৰ, ফেহুঁ্জালি, বিহান, ব্রাহ্মমুহূর্ত, সূর্যোদয়কাল, ৰাতিপুৱা
অর্থ : সূর্যোদয়ৰ কিছু সময় আগৰ পৰা সূর্যোদয়ৰ কিছু সময় পিছৰ সময়ছোৱা বা চাৰি-্পাঁচ বজাৰ পৰা ন-দহ বজালৈকে
উদাহরণ :
মোৰ ৰাতিপুৱা বহুত কাম কৰিব লগীয়া হয়
সমার্থক : ৰাতিপুৱা