অর্থ : পুৰাতত্ত্বৰ জ্ঞাতা
উদাহরণ :
পুৰাতত্ত্ববিদই নতুন নতুন অন্বেষণত লাগি আছে
অর্থ : পুৰাতত্ত্বৰ বিদ্যা বা জ্ঞান অর্জন ্কৰা লোক
উদাহরণ :
শ্রীশালা ইউৰোপৰ পুৰাতত্ত্ববিদ
সমার্থক : পুৰাতত্ত্বজ্ঞ, পুৰাতত্ত্ববেত্তা, প্রত্নতত্ত্বজ্ঞ, প্রত্নতত্ত্ববিদ, প্রত্নতাত্ত্বিক