অর্থ : বহুত কিতাপ সংগ্রহ কৰি থোৱা স্থান
উদাহরণ :
এই পুথি্ভঁ্ৰালত সকলো বিষয়ৰে প্রসংগ পুথি আছে
সমার্থক : গ্রন্থাগাৰ, গ্রন্থালয়, পুথি্ভঁ্ৰাল, লাইব্রেৰী
অর্থ : যি ঠাইত কিতাপ বিক্রী কৰা হয়
উদাহরণ :
আমাৰ বিদ্যালয়ৰ ওচৰত এখন বহুত ডাঙৰ পুস্তকালয় আছে
সমার্থক : কিতাপৰ দোকান, গ্রন্থ বিপনী, বুকষ্টল