অর্থ : পুলিচৰ শী্র্ষ বিষয়াৰ কার্যালয়
উদাহরণ :
পুলিচে ৰামুক আৰক্ষী থানালৈ ধৰি লৈ গʼল
সমার্থক : আৰক্ষী থানা, পুলিচ ষ্টেচন
অর্থ : পুলিচ বা আৰক্ষীৰ এক দপ্তৰ যিয়ে এখন জিলাৰ মহকুমাৰ আৰক্ষী চকীসমূহৰ তদাৰকী কৰাৰ লগতে সমাজৰ আইন-শৃংখলা, শান্তি অটুট ৰখাত সহায় কৰে:চোৰ হোৱাৰ পিচত আমি থানাত এজাহাৰ দাখিল কৰিছোঁ
উদাহরণ :
সমার্থক : থানা