সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : নাৰীৰ স্তনদেশ
উদাহরণ : মাকে কেঁচুৱাটোক পিয়াহ খুৱাই আছে
সমার্থক : কুচকুম্ভ, গাখীৰ, দুদু, পয়োধৰ, পয়োভাৰ, স্তন
অর্থ : মাইকী জাতিৰ গাখীৰ জমা হোৱা অংশ
উদাহরণ : মাকে নিজৰ স্তনৰ গাখীৰ নিজৰ কেচুৱাক খুৱায় গাই গৰুৰ ওহাৰ দেখি তাৰ পৰা গাখীৰ ওলাবনে নোলায় জানিব পাৰি
সমার্থক : ওহাৰ, কুচকুম্ভ, পয়োধৰ, পয়োভাৰ, বাত, স্তন
অর্থ : নাৰীৰ দুগ্ধ উৎপাদক অংগ দুটাৰ প্রতিটো
উদাহরণ : এটা কণমানি লʼৰাই এগৰাকী তৰুণীৰ স্তন পান কৰি আছিল
সমার্থক : পয়োধৰ, স্তন
অর্থ : পানী খোৱাৰ ইচ্ছা
উদাহরণ : নিজৰ পিয়াহ গুচাবলৈ তেওঁ্ পানী বিচাৰিবলৈ ধৰিলে
সমার্থক : তৃষা, তৃষ্ণা, পানেচ্ছা, পিপাসা
ইনস্টল