পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পিটা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পিটা   ক্ৰিয়া

অর্থ : হাত ভৰি আদিৰে একেৰাহে মাৰি থকা

উদাহরণ : পুলিচে চোৰটোক খুব পিটিলে

সমার্থক : পিতন দিয়া

অর্থ : কাৰোবাক কোনো বস্তু আদিৰে আঘাত কৰা

উদাহরণ : পুলিচে চোৰটোক লাঠিৰে মাৰিছে

সমার্থক : কোবোৱা, ধুলাই দিয়া, পিটন দিয়া, প্রহাৰ কৰা, মৰা

অর্থ : মৰিয়াই কোনো বস্তুক চেপেটা কৰা

উদাহরণ : কমাৰে লোহাৰ সঁজুলি বনোৱাৰ সময়ত জুইত লোহা গৰম কৰি পিটে