সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো বস্তু আদিৰ পিছৰ অংশ
উদাহরণ : সন্ত্রাসবাদী ঘৰটোৰ পিছফালে লুকাই আছিল
সমার্থক : পশ্চভাগ, পিছফাল
অর্থ : উল্লেখ কৰা বা নির্দিষ্ট হৈ থকা কোনো সময় পাৰ হৈ যোৱা সময়ছোৱা:এই কামটো কৰাৰ পিছতহে মই ঘৰলৈ যাম
উদাহরণ :
সমার্থক : অৱশেষত, পৰবর্তী, পৰিশেষত, শেষকালত, শেষত
অর্থ : সময়, দূৰত্ব আদিত পিছৰ ফালে
উদাহরণ : আমি বিকাশৰ ক্ষেত্রত আমেৰিকাতকৈ ভালেখিনি পিছত আছো
অর্থ : কিহবাৰ সন্দর্ভত (্কার্য আদিক পৰিণতি দিয়াৰ)
উদাহরণ : এই হত্যাৰ পিছত কাৰ হাত থাকিব পাৰে
ইনস্টল