সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : মূলধন লৈ গুটি বা কড়িৰে খেলা এবিধ খেল
উদাহরণ : তেওঁ ্ পাশা খেলি ভাল পায়
সমার্থক : চৌপট
অর্থ : গাত ফুট ফুট থকা কাঠ বা হাড়েৰে তৈয়াৰী ছটা পিঠি থকা দীঘল টুকুৰা যাৰ সহায়ত পাশা অদি খেল খেলা হয়
উদাহরণ : মোহন পাশা দলিওৱাত পাকৈত
সমার্থক : পাষটি
ইনস্টল