সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : আহাৰ, বস্ত্র আদি দি জীৱন ৰক্ষা কৰা কার্য
উদাহরণ : কৃষ্ণৰ লালন-পালন যশোদাই কৰিছিল
সমার্থক : প্রতিপালন, ভৰণ-পোষণ, লালন-পালন
অর্থ : কোনো আজ্ঞা, নির্দেশ, বচন, কর্তব্য আদিৰ অনুসৰি কাম কৰা কার্য
উদাহরণ : ৰাজ্যত ৰজাৰ আজ্ঞাৰ পালন হওক
ইনস্টল