অর্থ : কোনো দৃশ্যপট চোৱা বা শুনাৰ কাৰণে লিখি উলিওৱা কথা বিশেষ
উদাহরণ :
এই চিনেমাখনৰ পাণ্ডুলিপিখন বলিষ্ঠ হৈছে
অর্থ : ছপাবৰ কাৰণে প্রস্তুত কৰা কিতাপ, লেখা আদিৰ হাতে লিখা প্রতিলিপি
উদাহরণ :
মোৰ পাণ্ডুলিপিখন ছপাবৰ কাৰণে ছপাশালত দিয়া হৈছে
সমার্থক : পাণ্ডু-লিপি