অর্থ : ভাৰতবর্ষৰ ্পঞ্জাৱ ৰাজ্যৰ ভাষা
উদাহরণ :
এই কিতাপখন পাঞ্জাৱীত লিখা হৈছে
সমার্থক : পাঞ্জাৱী ভাষা, পাঞ্জাৱী-ভাষা
অর্থ : পাঞ্জাৱৰ অধিবাসী
উদাহরণ :
ভালেমান পাঞ্জাৱী এই সংস্থাটোৰ সদস্য
সমার্থক : পাঞ্জাৱ বাসী, পাঞ্জাৱ-বাসী, পাঞ্জাৱবাসী
অর্থ : পাঞ্জাৱৰ সৈতে সম্বন্ধ থকা
উদাহরণ :
চর্দাৰজনে পাঞ্জাৱী বেশ-ভূষা পিন্ধি আছিল
অর্থ : পঞ্জাৱত থকা বা বসতি কৰা
উদাহরণ :
সকলো পাঞ্জাৱী বন্ধুৰ প্রতি মোৰ এটা বিনম্র অনুৰোধ যে আপোনালোকে শান্তি বজায় ৰখাত সহায় কৰক
অর্থ : পাঞ্জাৱী ভাষাৰ সৈতে সম্বন্ধ থকা বা পাঞ্জাৱী ভাষাৰ
উদাহরণ :
গুৰুমুখী নজনাৰ কাৰণে মই পাঞ্জাৱী ৰচনা পঢ়িব নোৱাৰোঁ